Question 1: ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত কোন আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? | Correct answer: ভাৰত ত্যাগ আন্দোলন |
Question 2: কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ আগতে ৰজা নৰনাৰায়ণৰ নাম কি আছিল? | Correct answer: নৰসিংহ |
Question 3: কুমাৰ ৰজা বুলি কাক জনা যায়? | Correct answer: ভাস্কৰ বৰ্মন |
Question 4: স্বতন্ত্ৰ ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্রী কোন? | Correct answer: বি.আৰ. আম্বেদকাৰ |
Question 5: কোনে যোৰহাটক আহোম ৰাজ্যৰ শেষ ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল? | Correct answer: স্বৰ্গদেউ গৌৰীনাথ সিংহ |
Question 6: অর্থশাস্ত্ৰৰ ৰচক চাণক্যৰ দৰবাৰত মন্ত্ৰী আছিল | Correct answer: চন্দ্রগুপ্ত মৌর্য |
Question 7: ভাৰতত মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? | Correct answer: বাবৰ |
Question 8: জৱাহৰ লাল নেহৰুৱে ‘Discovery of India’ নামৰ গ্রন্থখন ক’ত লিখিছিল? | Correct answer: আহমেদনগৰ দুৰ্গ |
Question 9: তলৰ কোনজন অভিযাত্রী মহম্মদ বিন তুগলাকৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিবলৈ আহিছিল? | Correct answer: ইবনে বাটুতা |
Question 10: অসমৰ প্ৰথম ঐতিহাসিক বংশৰ নাম কি? | Correct answer: বর্মন |
Pages: 1 2