Question 1: মার্গাৰেট থেচাৰ কোন দেশৰ প্ৰাক্তন প্রধানমন্ত্রী? | Correct answer: ইংলেণ্ড |
Question 2: ভিক্টোৰিয়া মেম’ৰিয়েলত কত অৱস্থিত? | Correct answer: কলকাতা |
Question 3: ভাৰতৰ ৰাষ্ট্ৰীয় আন্তঃবিদ্যালয় ফুটবল প্রতিযোগিতাৰ বাবে খেলা হয়? | Correct answer: সুব্রতো কাপ |
Question 4: তলৰ কোটো ধাতু নহয়? | Correct answer: কোৱাৰ্টছ |
Question 5: গ্রীষ্মকালীন অলিম্পিকত পদক লাভ কৰা অসমৰ প্রথমগৰাকী খেলুৱৈ কোন? | Correct answer: লভলিনা বৰগোহাঁই |
Question 6: হিমা দাসে কোনবোৰ ট্রেক এণ্ড ফিল্ড খেলত অংশগ্রহণ কৰে? | Correct answer: স্প্রিন্ট, চুটি দূৰত্ব |
Question 7: তলৰ কোনটো ঠাই নতুন দিল্লীৰ গাতে লাগি আছে? | Correct answer: গুৰুগ্রাম |
Question 8: কত চুনামীৰ সৃষ্টি হয়? | Correct answer: মহাসাগৰ |
Question 9: ছাংগাই প্ৰাণীটো পোৱা যায়? | Correct answer: কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান |
Question 10: অসম মহিলা বিশ্ববিদ্যালয় ক’ত অৱস্থিত? | Correct answer: যোৰহাট |
Pages: 1 2