Question 1: Storage Device-ৰ মূল ফোল্ডাৰ কোনটো? | Correct answer: Root Directory |
Question 2: Bluetooth কোনে আৱিষ্কাৰ কৰিছিল? | Correct answer: এৰিক্সন |
Question 3: মাইক্ৰ’ছফ্টৰ মুখ্য কার্যালয় ক’ত আছে? | Correct answer: ৰেডমণ্ড, ৱাশ্বিংটন, আমেৰিকা |
Question 4: CSS ৰ সম্পূৰ্ণ ৰূপ কি ? | Correct answer: Cascading Style Sheet |
Question 5: USB কি ধৰণৰ ডিভাইচ? | Correct answer: তৃতীয় পৰ্যায়ৰ |
Question 6: PNG ৰ সম্পূৰ্ণ ৰূপ কি? | Correct answer: Portable Network Graphics |
Question 7: তলৰ কোনটোৱে বিনামূলীয়া ই-মেইল সেৱা হিচাপে কাম কৰে? | Correct answer: ওপৰৰ সকলোবোৰ |
Question 8: PDF ৰ সম্পূৰ্ণ ৰূপ কি? | Correct answer: Portable Document Format |
Question 9: কম্পিউটাৰৰ পিতৃ কোন? | Correct answer: চার্লছ বেবেজ |
Question 10: আনৰ ধাৰণা আৰু লেখা প্রকাশ কৰিলে ইয়াক কি বুলি কোৱা হয়? | Correct answer: Plagiarism |
Pages: 1 2